Mbappé has 18 goals in 18 World Cup games

বিশ্বকাপৰ ১৮খন খেলত ১৮টা গ’ল এমবাপেৰ । লিয়'নেল মেছিক স্পৰ্শ কৰিবলৈ মাত্ৰ এটা গ'লৰ প্ৰয়োজন ।